১০% চেম্পুল ৰিভেৰিফিকেশ্যন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওঁক – এ পি ডব্লিউ
গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মে’ : যোৱা ২৭ মে’ত আসাম পাব্লিক ৱৰ্কছে তেওঁলোকৰ এখন সংবাদমেলত উল্লেখ কৰিছিল যে লুঙী টুপী পিন্ধা মুছলমান মানেই বাংলাদেশী নহয়। লগতে এইবুলিও কৈছিল যে এইটোও নহয় যে লিগেচী ডাটাৰ ক্ৰয় বিক্ৰয় কৰা বাংলাদেশী মুছলমানবিলাক ভাৰতীয়। …