প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দুৰ্গত কংগ্ৰেছৰ বিৰুদ্ধে ভিনিহিয়েকৰ প্ৰচাৰ : ৰূপহীহাট চামগুৰিত গৌৰৱৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ নজৰুল ইছলামৰ
ৰূপহীহাট, সংবাদ ৩৬৫, ৯ এপ্ৰিল : প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে খ্যাত চামগুৰিৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ বিৰোধী প্ৰচাৰ চলালে ৰকিবুল হুছেইনৰ ভিনিহিয়েক সংখ্যালঘু নেতা নজৰুল ইছলামে। বিগত দুটাকৈ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচাৰি বঞ্চিত হোৱা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া …