কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰত গৰিয়া-মৰিয়া জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি ভুৱা আখ্যা সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ
গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত গৰিয়া-মৰিয়া জনগোষ্ঠীৰ বাবে পুনৰ কিছুমান আভুৱা ভৰা প্ৰতিশ্ৰুতি সন্নিবিষ্ট কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকে। …