গৌতম কনষ্ট্ৰাকচনৰ ঘাইপথ মেৰামতি কাম কাজৰ বিৰুদ্ধে গৌৰীপুৰত অসম মিঞা (অসমীয়া) যুৱ পৰিষদৰ সংবাদ মেল
বিলাসীপাৰা, সংবাদ ৩৬৫, ৭ অক্টোবৰ: দেওবাৰে গৌতম কনষ্ট্ৰাকচনৰ ঘাইপথ মেৰামতি কাম কাজৰ বিৰুদ্ধে গৌৰীপুৰত অসম মিঞা (অসমীয়া) যুৱ পৰিষদৰ সংবাদ মেল আয়োজিত কৰা হয়। ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহীয়ে বিধায়ক হোৱাৰ পিছত তেওঁৰ ভাতৃ গৌতম …