লামডিঙত ৰেলৱে আৰক্ষীৰ অভিযানত জব্দ ৫০ কেজি গাঞ্জা
লামডিঙ, সংবাদ ৩৬৫, ৯ অক্টোবৰ: চলন্ত ৰেলযোগে নিচাজাতীয় সামগ্ৰী সৰবৰাহ হৈ থকাৰ অভিযোগ সততে উত্থাপিত হোৱাৰ সময়তে মঙ্গলবাৰে লামডিঙত ৰেল আৰক্ষীৰ অভিযানত জব্দ হয় ৫০ কেজি গাঞ্জা। লামডিং ৰেল আৰক্ষীৰ টহলদাৰী এটা দলে নামনিমূৱা ১২৩৪৫ ডিব্ৰুগড় – নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ …