বৰপেটাৰ পাকাবেতবাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিত ৰাইজৰ উত্তাল প্ৰতিবাদ
বৰপেটা, সংবাদ ৩৬৫, ২০ ছেপ্টেম্বৰ: বৰপেটাৰ ঢাৰিনগৰী খ্যাত কয়াকুছিৰ পাকাবেতবাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিত অতিষ্ঠ হৈ বুধবাৰে অঞ্চলটোৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান সন্বলিত প্লেকাৰ্ড হাতে হাতে লৈ ভুক্তভোগী পুৰুষ-মহিলাই শাৰী পাতি মিছিল উলিয়াই কাৰ্যালয়ত সমবেত …