কোকিলাত লাও পাতক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট: এজনৰ মৃত্যু
বঙাইগাঁও, সংবাদ ৩৬৫, ১৭ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত মাত্ৰাঘোলাত লাও পাতক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট হয়। ফলত এজন গুৰুতৰ ভাৱে আহত হোৱাত চিকিৎসালয়তে মৃত্যু মুখত পৰে। জানিব পৰা মতে মাত্ৰাঘোলা গাৱৰ ফকৰ উদ্দিনৰ ছাগলীয়ে …