এ পি এছ চি কেলেংকাৰী : পুনৰ ১৯ জনকৈ ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে
গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুলাইঃ সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ৰাজ্যৰ এ পি এছ চি কেলেংকাৰীৰ তদন্ত অব্যহত থকাৰ মাজতে পুনৰ ১৯ জনকৈ ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰা ১৯ জনকৈ ৰাজপত্ৰিত বিষয়াই অহা …