তৃতীয় লিংগৰ মডেলৰ প্ৰফেচনেল ৰেম্প ৱাক
পশ্চিম বংগ, সংবাদ ৩৬৫, ১৪ জুলাইঃ পশ্চিম বংগত পুনপ্ৰথম বাৰৰ বাবে তৃতীয় লিংগৰ ব্যক্তি সকলক মডেল হোৱাৰ সুবিধা প্ৰদান কৰিলে সৌন্দৰ্য প্ৰতিযোগিতা আয়োজক গ্ল্যামনেশন নামৰ এক প্ৰতিষ্ঠানে। গ্ল্যামনেশন অলপতে অনুষ্ঠিত কৰা এক সৌন্দৰ্য প্ৰতিযোগিতাত তৃতীয় লিংগৰ কেইবা গৰাকী ব্যক্তিয়ে ৰেম্পত দাঙি …