নলবাৰীত উচ্চতৰ মাধ্যমিকত দুজনৰ দশম স্থান লাভ : এজন কলাৰ আনজন বিজ্ঞানৰ
নলবাৰীৰ পৰা কৈলাস ডেকা, সংবাদ ৩৬৫, ৩১ মেঃ বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত দুগৰাকী ছাত্ৰীয়ে স্থান লাভ কৰি নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিছে। জিলাখনৰ ৰাজনগৰৰ নিৱাসী বাহাৰুল আলী আৰু নাছৰিন বেগমৰ কন্যা আচমা ইয়াচমিনে নলবাৰীৰ ব্যক্তিগত শিক্ষাৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমিৰ পৰা বিজ্ঞান শাখাত …