পাথৰুঘাটৰ কৃষক শ্বাহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আছুৰ
দৰং, সংবাদ ৩৬৫, ২৮ জানুৱাৰীঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে পাথৰুঘাট ৰণত শ্বহীদ হোৱা কৃষকসকলক দেওবাৰে দৰং জিলা আছুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আছুৰ লগতে পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰাও কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত সৌদ …