নকল সোণসহ আটক এজন
নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ১৩ মাৰ্চ: নগাঁও চহৰত হয়বৰগাঁও আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই নকল সোণ বিক্ৰী কৰা এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ ৰূপহীৰ আতাবুৰ ৰহমান নামৰ নকল সোণ ব্যৱসায়ীজন আৰক্ষীয়ে আটক কৰাৰ লগতে ব্যৱসায়ীজনৰ পৰা …