মৃত্যুৰ ভাবুকিৰে বৃদ্ধ পিতৃক ঘৰৰ পৰা খেদিলে দুই চাকৰিয়াল পুত্ৰই
সোণতলী, ২২ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত জাওঁকাটা দিয়াৰ দুই চৰকাৰী চাকৰিয়াল পুত্ৰই মৃত্যু ভাবুকিৰে পিতৃৰ ঘৰৰ পৰা খেদি পঠোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে৷ প্ৰাপ্ত তথ্য মতে, জাওঁকাটা দিয়াৰ শ্বহৰ আলী নামৰ বৃদ্ধজন ৫০ বিঘাৰো অধিক মাটি সম্পত্তি …