এনচিচিৰ আন্তঃৰাষ্ট্ৰীয় কেডেট বিনিময়ত অসমৰ জীয়ৰী প্ৰিয়ংকা
অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰঃ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক জিলিকিবলৈ সক্ষম হ’ল অসম জীয়ৰী প্ৰিয়ংকা নায়কে৷ শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এনচিচিৰ আন্তঃৰাষ্ট্ৰীয় কেডেট বিনিময়ত অনুষ্ঠানলৈ আমন্ত্ৰন লাভ কৰিছে কামৰূপৰ হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিঙিমাৰীৰ প্ৰিয়ংকা নায়কে৷ ভাৰতৰ ১২জনীয়া প্ৰতিনিধিৰ দলটোত …