পথ দুৰ্ঘটনাত নিহত ডবকাৰ এজন যুৱক

In ৰাজ্য

ডবকা, সংবাদ ৩৬৫, ২১ জানুৱাৰী : ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনাত । দুৰ্ঘটনাত নিহত হয় ডবকা চহৰৰ এজন যুৱক।নিহত যুৱকজনৰ নাম ডবকা চহৰৰ ৰৌজ বুলি জানিব পৰা গৈছে । ডবকাৰ শালমাৰাত সংঘটিত হয় এই দুৰ্ঘটনা।

এই দুৰ্ঘটনাত আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

অচিনাকি এখন বাহনে দুৰ্ঘটনাটো সংঘটিত কৰে । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডিফু অভিমুখে পলায়ন কৰে বাহনখনে ।

Comments

comments

You may also read!

মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ

দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কাকৰিপাৰাত মঙলবাৰে দিনৰ প্ৰায় 1

Read More...

বড়োভূমিৰ পৰা বি পি এফক উৎখাত কৰাৰ হুংকাৰ ইউ জি ব্ৰহ্মৰ

বাক্সা, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: বাক্সাত বড়োভূমিৰ পৰা বি পি এফক উৎখাত কৰাৰ হুংকাৰ ইউ জি ব্ৰহ্মৰ। প্ৰাক্তন এৱছু

Read More...

সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ জি টাউন বঁটা

নতুন দিল্লী, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্যন তথা সামাজিক আলোচনী জী টাউন চ'চাইটি য়ে অন্যান্য বছৰৰ দৰে

Read More...

Mobile Sliding Menu