প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুন জেটলিৰ দেহাৱসান

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ আগষ্ট : যোৱা কেইবামাহো ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুন জেটলি হৃদৰোগত আক্ৰান্ত হৈছিল বিত্তমন্ত্ৰী গৰাকী।

শুকুৰবাৰে অধিক অসুস্হ হৈ পৰাত তেখেতক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয় । আই চি ইউত চিকিৎসাধীন হৈ আছিল মন্ত্ৰীগৰাকী । শুকুৰবাৰে ডাইলেছিছ কৰা হৈছিল যদিও
ইয়াৰ পাছতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে ।

অৱশেষত শনিবাৰে দুপৰীয়া ১২.০৭ মিনিটত দেহাৱসান ঘটে মন্ত্ৰীগৰাকীৰ । তেখেতৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজনীতি মহলত ।

Comments

comments

You may also read!

গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন ব্যতিক্ৰমী পশু প্ৰেমিকৰ বিশেষ পদক্ষেপ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : নিজৰ গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। যুৱকজনৰ

Read More...

চৌদি আৰামক’ৰ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা ক্ৰমান্বয়ে বাঢ়ি আছে পেট্ৰল-ডিজেলৰ মূল্য

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : প্ৰতিদিনেই বাঢ়ি আছে পেট্ৰল আৰু ডিজেলৰ মূল্য । শাক-পাচলিৰ পাছতে পেট্ৰল আৰু ডিজেলৰ

Read More...

জনীয়া উপ-নিৰ্বাচনৰ বিজেপিৰ টিকট প্ৰত্যাশী মজিবৰ ৰহমান খানৰ দুৰ্নীতিৰ তদন্তৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

বৰপেটা, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানে তেওঁৰ কার্যকালত সংঘটিত কৰা পৰ্বতসম

Read More...

Mobile Sliding Menu