নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ আগষ্ট : যোৱা কেইবামাহো ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুন জেটলি হৃদৰোগত আক্ৰান্ত হৈছিল বিত্তমন্ত্ৰী গৰাকী।

শুকুৰবাৰে অধিক অসুস্হ হৈ পৰাত তেখেতক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয় । আই চি ইউত চিকিৎসাধীন হৈ আছিল মন্ত্ৰীগৰাকী । শুকুৰবাৰে ডাইলেছিছ কৰা হৈছিল যদিও
ইয়াৰ পাছতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে ।

অৱশেষত শনিবাৰে দুপৰীয়া ১২.০৭ মিনিটত দেহাৱসান ঘটে মন্ত্ৰীগৰাকীৰ । তেখেতৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজনীতি মহলত ।