• বেংক অব ইণ্ডিয়াত মেনেজাৰ আৰু বিষয়াৰ ৬৭০টা পদ খালী৷ অনলাইনযোগে কৰিব পাৰিব আবেদন৷
    আৱেদনৰ অন্তিম তাৰিখ- ৫ মে’
    সবিশেষ যোগাযোগ- www.bankofindia.co.in
  • গুৱাহাটী বিশ্ববিদ্যালয়ত Associate Professorৰ ৬টা, সহকাৰী অধ্যাপকৰ ৭টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ২ মে’
    অনলাইন আৱেদন যোগাযোগ- www.gauhati.ac.in
  • চি আৰ পি এফত উপ-পৰিদৰ্শক পৰ্যায়ৰ অভাৰচিয়াৰৰ ১৩৫টা, সহকাৰী উপ-পৰিদৰ্শক (ড্ৰাফ্টমেন)ৰ ৩টা আৰু কনিষ্টবলৰ ১০২টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ৫ মে’
    সবিশেষ যোগাযোগ- www.crpfindia.com
  • যোধপুৰৰ AIIMSত খালী ভিন্ন শাখাৰ ৭৪টা পদ৷ পদসমূহৰ ভিতৰত এণ্টি নাটাল মেডিকেল অফিচাৰৰ ১টা, চাইকিয়াট্ৰিক ছচিয়েল ৱৰ্কাৰৰ ৩টা, ছিনিয়ৰ হিন্দী অফিচাৰ ১টা, জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ ৩টা, মেনেজাৰ/ছুপাৰ/গেছ অফিচাৰ ১টা, মেনফিল্ড টেকনিচিয়ানৰ ৬টা, ডায়েটিচিয়ানৰ ১২টা, মেডিকেল ছচিয়েল ছাৰ্ভিচ অফিচাৰ ১৫টা, লাইব্ৰেৰিয়ানৰ ৪টা, ছেনিটেৰী ইন্সপেক্টৰৰ ১৮টা, চিএছএছডি টেকনিচিয়ানৰ ৬টা আৰু এছিষ্টেণ্ট লন্ড্ৰী ছুপাৰভাইজাৰৰ ৪টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ৮ মে’
    সবিশেষ যোগাযোগ- www.aiimsjodhpur.edu.in
  • যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ একাউনটেণ্টৰ ১৬ পদত নিযুক্তি আৱেদনকাৰীৰ অৰ্হতা- প্ৰাৰ্থী যিকোনো শাখাৰ স্নাতক হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকিব লাগিব
    আৱেদনৰ অন্তিম তাৰিখ- ৩ মে’
    সবিশেষ যোগাযোগ- www.aau.ac.in
  • বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহ বিভাগৰ ফাইনেন্সিয়েল ইন্টেলিজেঞ্চ ইণ্ডিয়াত ব্যক্তিগত সচিবৰ এটা, ব্যক্তিগত সহায়কৰ ৯টা, সহায়কৰ দুটা, উচ্চ বৰ্গৰ কেৰাণীৰ এটা, নিম্ন বৰ্গৰ কেৰাণীৰ এটা আৰু গাড়ীচালকৰ এটা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ১০ মে’
    সবিশেষ যোগাযোগ- www.fiuindia.gov.in
  • ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনস্থ স্বতন্ত্ৰ প্ৰতিষ্ঠান নয়দাৰ নেচনেল ইনষ্টিটিউট অব অপেন স্কুলিঙত সচিবৰ ১টা, উপ-সঞ্চালক (প্ৰশাসনিক) ১টা, উপ-সঞ্চালক (একাউণ্টছ) ১টা, সহকাৰী অডিট বিষয়া ১টা আৰু ইডিপি ছুপাৰভাইজৰৰ ৩৫টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ১২ মে’
    সবিশেষ যোগাযোগ- www.nios.ac.in
  • মেঘালয়া লোকসেৱা আয়োগৰ সহকাৰী অভিযন্তা আৰু জুনিয়ৰ এনালাইচিছৰ ১৭টা পদত নিযুক্তি
    শিক্ষাগত অৰ্হতা- বিই, বি টেক, বিএছচি, এমএছচি
    আৱেদনৰ অন্তিম তাৰিখ- ৫ মে’
    অনলাইন আৱেদনৰ যোগাযোগঃ www.mpsc.nic.in
    সবিশেষ যোগাযোগঃ ছেকেট্ৰৰী, মেঘালয়া লোকসেৱা আয়োগ, হ’ছ শ্বু বিল্ডিং, ল’ৱাৰ লাছুমিৰে, শ্বিলং
  • দেৰাডুনৰ ডাইৰেক্টৰেট অব ফৰেষ্ট এডুকেচনৰ অধীনস্থ দেশৰ ভিন্ন প্ৰান্তৰ চেন্ট্রেল একাডেমী ফ’ৰ ষ্টেট ফৰেষ্টৰ ছাৰ্ভিচত এছিষ্টেণ্ট ডাইৰেক্টৰৰ ৩টা, এছিষ্টেণ্ট ইনষ্ট্ৰাক্টৰৰ ২টা, স্প’ৰ্টছ অফিচাৰৰ ৩টা, ষ্টেনোগ্ৰাফাৰৰ ২টা, আপাৰ ডিভিজন ক্লাৰ্কৰ ৬টা আৰু ড্ৰাইভাৰৰ এটা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ১৮ মে’
    সবিশেষ যোগাযোগ- www.dfe.gov.in
  • তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাছ ফেলৱাৰৰ ১ টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ৫ মে’
    সবিশেষ যোগাযোগ- www.tezu.ernet.in