তিনিচুকীয়া, সংবাদ ৩৬৫, ৭ আগষ্ট: মটৰ শ্ৰমিক সন্থাৰ যৌথ উদ্যোগত মংগলবাৰে আহ্বান জনোৱা চকাবন্ধৰ প্ৰভাৱ তিনিচুকীয়াৰ মটৰ শ্ৰমিক সন্থাৰ সৰ্বাত্মক প্ৰতিবাদ। মংগলবাৰে তিনিচুকীয়া চহৰখনৰ হিজুগুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে দাবী কৰে যে অনুজ্ঞাপত্ৰ নবীনীকৰণৰ মাচুল হ্ৰাস কৰা ইত্যাদি দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।