নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ মে’ : আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত শিক্ষাৰ ফলাফল । উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এক তথ্য অনুসৰি বিগত বছৰতকৈ এইবছৰৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত ছাত্ৰ – ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে।

উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় ২ লাখ ৪০ হাজাৰ পৰীক্ষাৰ্থী ৷ চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল পৰীক্ষা৷

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সমীক্ষা অনুসৰি ২০১০ চনৰ পৰা কলা শাখাত উত্তীৰ্ণৰ হাৰ ক্ৰমে
২০১০ – ৬৮.৬৬
২০১১ – ৭৩.১৪
২০১২ – ৭০.২৩
২০১৩ – ৭০.১১
২০১৪ – ৭৩.৯১
২০১৫ – ৭৪.০৭
২০১৬ – ৭৯.৯২
২০১৭ – ৭৩.১৬
২০১৮ – ৭৪.৬৮
২০১৯ – ৭৫.১৪

বিজ্ঞান শাখাৰ উত্তীৰ্ণৰ হাৰ ক্ৰমে

২০১০ – ৮৫.১৫
২০১১ – ৮৭.৩২
২০১২ – ৮৫.৫৮
২০১৩ – ৮৩.৮২
২০১৪ – ৮৫.৩১
২০১৫ – ৮৬.৭৬
২০১৬ – ৯০.৯৬
২০১৭ – ৮৬.২৪
২০১৮ – ৮৫.৭৪
২০১৯ – ৮৬.৫৯

বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ক্ৰমে

২০১০ – ৭৩.৩২
২০১১ – ৭৯.৮১
২০১২ – ৮১.১৭
২০১৩ – ৮০.০৮
২০১৪ – ৮২.৭০
২০১৫ – ৮১.৮২
২০১৬ – ৮৬.০১
২০১৭ – ৮২.৭২
২০১৮ – ৮৪.৬৪
২০১৯ – ৮৭.৫৯