গুৱাহাটী : উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী। ৪ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে লোতে ধৰা পৰে অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী গৰাকী। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মহিলা কৰ্মচাৰী গৰাকীক।

অসম সচিবালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীক দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। এজন লোকৰ পৰা ৪ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত সীমা দেৱী নামৰ অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী গৰাকীক দুৰ্নীতি নিবাৰক শাখাই হাতে লোতে গ্ৰেপ্তাৰ কৰে।

অসম সচিবালয় ভিতৰতে সীমা দেৱী নামৰ মহিলা কৰ্মচাৰী গৰাকীয়ে এজন লোকৰ পৰা ৪ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিৰ্বাৰক শাখাৰ এজন বিষয়াই গ্ৰেপ্তাৰ কৰে। সীমা দাসক গ্ৰেপ্তাৰৰ পিছত দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়লৈ তদন্ত বাবে অনা হয়।