উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী

In ৰাজ্য
Umra Package

গুৱাহাটী : উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী। ৪ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে লোতে ধৰা পৰে অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী গৰাকী। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মহিলা কৰ্মচাৰী গৰাকীক।

অসম সচিবালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীক দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। এজন লোকৰ পৰা ৪ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত সীমা দেৱী নামৰ অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী গৰাকীক দুৰ্নীতি নিবাৰক শাখাই হাতে লোতে গ্ৰেপ্তাৰ কৰে।

অসম সচিবালয় ভিতৰতে সীমা দেৱী নামৰ মহিলা কৰ্মচাৰী গৰাকীয়ে এজন লোকৰ পৰা ৪ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিৰ্বাৰক শাখাৰ এজন বিষয়াই গ্ৰেপ্তাৰ কৰে। সীমা দাসক গ্ৰেপ্তাৰৰ পিছত দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়লৈ তদন্ত বাবে অনা হয়।

You may also read!

Mahesh Motors : গুৱাহাটীৰ মহেশ মটৰ্ছত অল নিউ গ্ৰেণ্ড চেৰ’কি মুকলি

গুৱাহাটী : গুৱাহাটীৰ মহেশ মটৰ্ছত (Mahesh Motors) অল নিউ গ্ৰেণ্ড চেৰ'কি মুকলি। বাহনখন মুকলি কৰিলে অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে। এক্স

Read More...

Nagaon Police Firing : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষীয়ে : গুলীয়ালে এজন নিৰীহ যুৱকক

নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত

Read More...

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক

Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ

Read More...

Mobile Sliding Menu