ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত মুকালমুৱাত পৰম্পৰাগত নাওঁখেল

In ৰাজ্য
Umra Package

আজিজ আলী

মুকালমুৱা : ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত মুকালমুৱাত পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতা। পগলাদিয়া নৈত অনুষ্ঠিত হয় এই পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতা। ১৪ খনকৈ নাওঁ অংশগ্ৰহণ কৰে এই নাওঁখেল প্ৰতিযোগিতাত।

Please subscribe our YouTube Channel and like our Facebook Page. 

কভিডসৃষ্ট পৰিৱেশৰ মাজতে সম্পুৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা মানি নলবাৰী জিলাৰ মুকালমুৱাত সোমবাৰে অনুষ্ঠিত কৰা হয় পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতা। লোহাৰকাঠা শইকীয়াপাৰাৰ দ্বীপজ্যোতি সংঘ ও পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত কৰা হওঁ8 এই নাওঁখেল প্ৰতিযোগিতা।

পাগলদিয়া নৈত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত এই পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ১৪ খন নাওঁ এই প্ৰতিযোগিতাতত অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ বৰ্ণি গাঁৱৰ মা-ৰূপহী নাওঁখনে প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰে।

প্ৰতিযোগিতাখনত দ্বিতীয় স্থন দখল কৰে বৰ্ণি গাঁৱৰে মা-লখিমী নাওঁখনে। প্ৰতিবছৰে নলবাৰী জিলাৰ মুকালমুৱাত পাগলাদিয়া নৈত অনুষ্ঠিত কৰা এই পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতাখনক আয়োজক সমিতিয়ে ৰাজ্য চৰকাৰক গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

You may also read!

Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত

Read More...

Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি

নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও

Read More...

Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা

গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান

Read More...

Mobile Sliding Menu