আজিজ আলী

মুকালমুৱা : ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত মুকালমুৱাত পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতা। পগলাদিয়া নৈত অনুষ্ঠিত হয় এই পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতা। ১৪ খনকৈ নাওঁ অংশগ্ৰহণ কৰে এই নাওঁখেল প্ৰতিযোগিতাত।

Please subscribe our YouTube Channel and like our Facebook Page. 

কভিডসৃষ্ট পৰিৱেশৰ মাজতে সম্পুৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা মানি নলবাৰী জিলাৰ মুকালমুৱাত সোমবাৰে অনুষ্ঠিত কৰা হয় পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতা। লোহাৰকাঠা শইকীয়াপাৰাৰ দ্বীপজ্যোতি সংঘ ও পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত কৰা হওঁ8 এই নাওঁখেল প্ৰতিযোগিতা।

পাগলদিয়া নৈত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত এই পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ১৪ খন নাওঁ এই প্ৰতিযোগিতাতত অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ বৰ্ণি গাঁৱৰ মা-ৰূপহী নাওঁখনে প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰে।

প্ৰতিযোগিতাখনত দ্বিতীয় স্থন দখল কৰে বৰ্ণি গাঁৱৰে মা-লখিমী নাওঁখনে। প্ৰতিবছৰে নলবাৰী জিলাৰ মুকালমুৱাত পাগলাদিয়া নৈত অনুষ্ঠিত কৰা এই পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতাখনক আয়োজক সমিতিয়ে ৰাজ্য চৰকাৰক গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনায়।