গুৱাহাটী, ১৭ নৱেম্বৰ: জাগুৱাৰ লেণ্ড ৰােভাৰ ইণ্ডিয়াই আজি ঘোষণা কৰিলে জাগুৱাৰৰ প্ৰথম এছইউভি, দ্য পেচৰ স্থানীয় নির্মাণৰ কথা। প্রেষ্টিজ ডিৰাইভেটিভ আৰু ২.০ এল ৪-চিলিণ্ডাৰ, ১৩২ কিলোৱাট টার্বোচার্জড ইঞ্জিনিয়াম ডিজেল ইঞ্জিন সমৃদ্ধ, স্থানীয়ভাৱে নির্মিত ২০১৮ৰ মডেল এফ-পেচৰ দাম হৈছে ৬০.০২ লাখ টকা (ভাৰতৰ এক্স-শ্ব’ৰুমৰ দৰ)। জাগুৱাৰ এফ-পোচ হৈছে এক পাফর্মেন্স এছইউভি য’ত আছে স্প’ৰ্টছ কাৰৰ ডিএনএ। ইয়াৰ শক্তিশালী আৰু সক্রিয় ৰূপ অতি স্পষ্ট আৰু ৰাস্তাত ইয়াৰ অৱস্থিতিয়ে সকলোকে ঘূৰি চাবলৈ বাধ্য কৰায়। সমান্তৰালভাৱে ইয়াত থকা আকর্ষণীয় সুবিধাবােৰৰ ভিতৰত আছে অভিযোজিত এলইডি হেডলাইট, একটিভিটী কী, ৱাইফাই হটস্পট তথা প্ৰ’ ছাৰ্ভিচ আৰু ২৫.৯১ চেণ্টিমিটাৰ (১০.২) টাচ্ছন্দ্রীন। শ্ৰীমিয়াম সুবিধাবােৰৰ ভিতৰত আছে ৰিয়াৰ ৰিক্লাইন হীট, ৪-জ’ন ক্লাইমেট কষ্ট্ৰ’ল, ৩৮০ ডব্লিউ মেৰিডিয়ান’™  ছাউণ্ড ছিষ্টেম আৰু কনফিগাৰেবল ইণ্টেৰিয়ৰ মুড লাইটিং (১০বিধ ৰং সহিতে), সর্বোচ্চ আৰামেৰে যিকোনো লোকেই এফ-পোচৰ ৰোমাঞ্চকৰ ক্ষমতা উপভোগ কৰিব পাৰে। জাগুৱাৰ এফ-পেচৰ অধিক তথ্য জাগুৱাৰ ইণ্ডিয়াৰ ৱেবছাইট www.jaguar.inত উপলব্ধ। ভাৰতত জাগুৱাৰৰ প্ৰডাক্ট প’ৰ্ট ফলিঅ’ ভাৰতত জাগুৱাৰৰ পৰিসৰত আছে এক্স ই (৩৫.৮৫ লাখ টকাৰপৰা আৰম্ভ), এক্স এফ (৪৬.৪৬ লাখ টকাৰপৰা আৰম্ভ)। এফ-পেচ (৬০.০২ লাখ টকাৰপৰা আৰম্ভ), এক্স জে (১০০.০৮ লাখ টকাৰপৰা আৰম্ভ) আৰু এফ-টাইপ (১৩৪.৩৩ লাখ টকাৰপৰা আৰম্ভ)। উল্লেখ কৰা আটাইবােৰ ভাৰতত এক্স-শ্ব’ৰূমৰ দৰ। ভাৰতত জাগুৱাৰ লেণ্ড ৰোভাৰৰ ৰিটেইল নেটৱৰ্ক ভাৰতত আহমেদাবাদ, ঔৰংগাবাদ, বাংগালুৰু, ভুবনেশ্বৰ, চণ্ডিগড়, চেন্নাই, কইম্বটােৰ, দিল্লী, গুৰগাঁও, হায়দৰাবাদ, ইন্দোৰ, জয়পুৰ, কলকাতা, কোশী, কাৰ্ণাল, লক্ষণীে, লুধিয়ানা, মাংগালোৰ, মুম্বাই, নাগপুৰ, পুণে, ৰায়পুৰ আৰু নয়ডাত থকা ২৫টা অনুমোদিত আউটলেটত লেণ্ড ৰােভাৰৰ গাড়ী উপলব্ধ।