Encounter : কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলী আৰক্ষীৰ গুলীত আহত

নগাঁও, ২১ নৱেম্বৰ, ২০২৩ : পুনৰ অসম আৰক্ষীৰ গুলী চালনা (Police Firing)। অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ পুনৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত হেকমত আলী নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়া। আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ মাফিয়া হেকমত আলীক লগত লৈ অভিযান চলাবলৈ যোৱাৰ …

Drugs Seized : দুর্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য

নগাঁও, ২০ নৱেম্বৰ, ২০২৩ : এইবাৰ এখন দুর্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ নিচাযুক্ত দ্ৰব্য। দুর্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য (Drugs)। বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত দ্ৰব্যৰ বটল। স্থানীয় ৰাইজে নিচাযুক্ত দ্ৰব্যখিনি উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। দুর্ঘটনাস্থলীৰ …

Bike Rally : কামৰূপ মহানগৰ জিলাৰ পৰা যাত্ৰা পথ-সুৰক্ষাৰ বাইক ৰেলী

গুৱাহাটী, ২০ নৱেম্বৰ, ২০২৩ : পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস (World Remembrance Day for Road Accident Victims)ৰ সৈতে সংগতি ৰাখি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত পথ-সুৰক্ষা জনসচেতনতা সৃষ্টিৰ বাবে আৰম্ভ হোৱা মটৰ চাইকেল সমদলে সোমবাৰে কামৰূপ …

Dead Body : মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

গুৱাহাটী, ২০ নৱেম্বৰ, ২০২৩ : পুনৰ এক অপৰাধমূলক (Crime) ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে মহানগৰীত। উলংগ অৱস্থাত উদ্ধাৰ হৈছে যুৱতী গৰাকীৰ মৃতদেহ। স্থানীয় ৰাইজে উলংগ অৱস্থাত যুৱতী গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে …

Man-Elephant Conflict : পথাৰৰ ধান ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে

ডুমডুমা, ২০ নৱেম্বৰ, ২০২৩ : পথাৰৰ ধান ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে। নিশা বনৰীয়া হাতীৰ পৰা পথাৰৰ ধান ৰক্ষা কৰিবলৈ টঙি ঘৰত থাকি ধাননি পথাৰ পহৰা দি থকা যুৱকজন বনাৰীয়া হাতীৰ আক্ৰমণত নিহত হয় (Wild Elephant Killed One)। …

Human Rights : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যক আদৰণি মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

গুৱাহাটী, ১৯ নৱেম্বৰ, ২০২৩ : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যক আদৰণি জনাইছে মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই (Dibyajyoti Saikia)। শুকুৰবাৰে গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসমত সংঘটিত হোৱা ৫৬ টা গোচৰৰ শুনানিৰ মীমাংসা হিচাপে ৰাজ্য চৰকাৰক ক্ষতিপূৰণ হিচাপে তিনি …

Dhemaji : ধেমাজিৰ চিলাপথাৰৰ মাদুৰিপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস

গুৱাহাটী, ১৮ নৱেম্বৰ, ২০২৩ : ধেমাজি জিলাৰ মাদুৰিপথাৰ সমন্বয় ক্ষেত্ৰত অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪০১ সংখ্যক লাচিত দিৱস (Lachit Diwas) উদযাপনৰ আয়োজন কৰা হৈছে৷ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰ (এছ এল এ …

Man-Elephant Conflict : বনৰীয়া হাতীৰ আক্ৰমণত নিহত প্ৰাক্তন সেনা জোৱান

গোৱালপাৰা, ১৮ নৱেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ (Wild Elephant) আক্ৰমণত নিহত এজন। বনৰীয়া হাতীৰ আক্ৰমণত নিহত প্ৰাক্তন সেনা জোৱান। ৰবৰ কাটিবলৈ চেইকেলৰে নিজৰ ৰবৰ বাগানলৈ গৈ থকা অৱস্থাত প্ৰাক্তন সেনা জোৱানজনক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে। বন বিভাগ আৰু আৰক্ষী …

Encounter : শিক্ষকক গুলীয়াই ধন লুটি নিয়া বাবু শইকীয়াৰ ভৰিত আৰক্ষীৰ গুলী

গোলাঘাট, ১৭ নৱেম্বৰ, ২০২৩ : পুনৰ অসম আৰক্ষীৰ গুলী চালনা (Police Firing)। অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ পুনৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত বাবু শইকীয়া নামৰ এজন অপৰাধী। এগৰাকী শিক্ষকক গুলীয়াই ধন লুটি নিয়া বাবু শইকীয়াৰ ভৰিত লাগিছে আৰক্ষীৰ গুলী। আৰক্ষীৰ …

Bandhan Bank : অসমত বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ ১০৬ নং শাখা মুকলি

গুৱাহাটী, ১৭ নবেম্বৰ, ২০২৩ : বন্ধন বেংকৰ নতুন শাখা মুকলি। শুকুৰবাৰে বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ অসমত ১০৬ নং শাখা মুকলি কৰা হয়। মহানগৰী গুৱাহাটীৰ নাৰেঙ্গীত মুকলি কৰা হয় বন্ধন বেংকৰ (Bandhan Bank Narengi Branch) ১০৬ নং শাখা। বন্ধন বেংকৰ নতুন …