Theater : আনন্দ আৰু আশাৰ ধল বোৱাই সামৰণি পৰিল পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ, ২০২৪
গুৱাহাটী, ৩ মাৰ্চ ২০২৪ : ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা আদিগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ ৰ (Adingiri Theater Festival) ৫ ম সংস্কৰণৰ সফল সামৰণি ঘটে। আই টি এ মাছখোৱাত চূড়ান্ত নাটকখন উপস্থাপন কৰি এই নাট্য উৎসৱ সফলতাৰে সমাপন কৰা হয়। …