Modern English School : মডাৰ্ণ ইংলিছ স্কুলৰ দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাক লৈ নাট্যপ্ৰেমীৰ মাজত চৰ্চা
গুৱাহাটী, ১১ নৱেম্বৰ, ২০২৩ : গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে ‘সহাৱস্থান’ শীৰ্ষক বিষয়বস্তুৰে সফল আয়োজন কৰে দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাখনৰ (Drama Competition)। মহানগৰীৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ অপৰিসীম প্ৰতিভা আৰু সৃষ্টিশীলতাৰ উন্মেষ ঘটাই ১১ নৱেম্বৰত মাছখোৱাৰ প্ৰাগজ্যোতি আই …