NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ মণ্ডলত নতুন এটিভিএম স্থাপনৰ জৰিয়তে ডিজিটেল টিকেটিঙৰ দিশত অগ্ৰগতি
নিউজ ডেস্ক, ৩০ নৱেম্বৰ, ২০২৫ : ভাৰতীয় ৰে’লৱেৰ ডিজিটেল ৰূপান্তৰ আৰু যাত্ৰীসেৱা উন্নয়নৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি, উত্তৰ-পূব সীমান্ত ৰে’লৱেই আলিপুৰদুৱাৰ (Alipurduwar) মণ্ডলৰ অধীনস্থ ১৫ টা মুখ্য ষ্টেচনত ২১ টা স্বয়ংক্ৰিয় টিকট ভেণ্ডিং মেচিন (এটিভিএম) সফলতাৰে স্থাপন কৰিছে। চলিত বৰ্ষৰ …