Railway Workers : ৰে’লৱে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা মালিগাঁৱস্থিত ছিনিয়ৰ ইনষ্টিটিউটক বিশ্বমানৰ সা-সুবিধাৰে উন্নীতকৰণ
নিউজ ডেস্ক, ৫ মাৰ্চ, ২০২৬ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই (NF Railway) ৰে’লৱে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সুবিধাৰ বাবে মালিগাঁৱস্থিত ছিনিয়ৰ ইনষ্টিটিউটক আধুনিক আৰু বিশ্বমানৰ সুবিধাৰে সজ্জিতকৰণেৰে উন্নীতকৰণ কৰি এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। এই নবীকৰণ আৰু পুনৰ্নিৰ্মাণ কৰা ইনষ্টিটিউটটোক অসমৰ …