North East : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নৱীকৰণযোগ্য শক্তি আৰু বৈদ্যুতিক বাহনৰ প্ৰদৰ্শনী নাৰ্ভ ২০২৫ৰ ২য় সংস্কৰণৰ ঘোষণা ফাইনাৰৰ
গুৱাহাটী, ১৫ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগ আৰু বাণিজ্য ফেডাৰেচনে (FINER) ঘোষণা কৰিছে উত্তৰ-পূব নৱীকৰণযোগ্য শক্তি আৰু বৈদ্যুতিক বাহন প্ৰদৰ্শনী (নাৰ্ভ ২০২৫)ৰ দ্বিতীয় সংস্কৰণ। এই প্ৰদৰ্শনীখন ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰ ২০২৫ লৈকে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পুৱা ১০ বজাৰ পৰা …