Pizza : ফিগাৰ’জ পিজ্জা, যাৰ ৪০ বছৰৰো অধিক সমৃদ্ধ ঐতিহ্য আছে
গুৱাহাটী, ২৫ ডিচেম্বৰ, ২০২৫ : বিশ্বজুৰি প্ৰিয় আমেৰিকান (American) পিজ্জা ব্ৰেণ্ড ফিগাৰ’জ পিজ্জা, যাৰ ৪০ বছৰৰো অধিক সমৃদ্ধ ঐতিহ্য আছে, গুৱাহাটীত লেম্ব ৰোডত নতুন আৰু অধিক সুবিধাজনক ঠাইলৈ পিজ্জা ৰেষ্টুৰেণ্টটো স্থানান্তৰৰ ঘোষণা। এই স্থানান্তৰে ব্ৰেণ্ডটোৰ গ্ৰাহক অভিজ্ঞতা উন্নত কৰাৰ লগতে …