North India : পেছাদাৰী অডিঅ’-ভিজুৱেল আৰু লাইটিং বজাৰৰ সম্প্ৰসাৰণ : উত্তৰ ভাৰতত পি এ এল এম এক্সপোৰ দিল্লী সংস্কৰণৰ শুভাৰম্ভ
নিউজ ডেস্ক, ২০ মাৰ্চ, ২০২৬ : উত্তৰ ভাৰতৰ দ্ৰুতগতিত বিকশিত প্ৰ’ এ ভি খণ্ডত এক কৌশলগত সম্প্ৰসাৰণৰ লক্ষ্যৰে ইনফৰ্মা মাৰ্কেটছ ইন ইণ্ডিয়াই ঘোষণা কৰিছে পি এ এল এম এক্সপো দিল্লীৰ (Delhi) শুভাৰম্ভণিৰ কথা। পেছাদাৰী অডিঅ’, ভিজুৱেল আৰু লাইটিং প্ৰযুক্তিৰ ক্ষেত্ৰত …