NF Railway : উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বাৰ্ষিক ৰাষ্ট্ৰীয় চিকিৎসা সন্মিলন সফলতাৰে আয়োজন 

নিউজ ডেস্ক, ২ এপ্ৰিল, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২৮ মাৰ্চ ২০২৬ তাৰিখে উত্তৰ পূৱ সীমান্ত ৰে’লৱে জোনেল মেডিকেল কনফাৰেন্সৰ (Medical Conference) লগতে আইএছএ ৰে’লৱে এছ’চিয়েচন (আৰএআইএছএ)ৰ ৩১তম বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলন নামবাৰীস্থিত লুইতগড় ৰে’লৱে অফিচাৰ ক্লাবত সফলতাৰে আয়োজন কৰে। দুদিনীয়া …

NF Railway : উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ দ্বাৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত সংযোগ আৰু আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন 

নিউজ ডেস্ক, ১ এপ্ৰিল, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ (Financial Year) সময়ছোৱাত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নত সংযোগ, আধুনিকীকৰণ, যাত্ৰীৰ আৰাম আৰু আঞ্চলিক বিকাশৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। ইয়াৰ সম্প্ৰসাৰণ অভিযানৰ অংশ ৰূপে, উত্তৰ-পূব …

Meghalaya : মেঘালয়ৰ খাদ্য সম্ভাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ একত্ৰীকৰণ

নিউজ ডেস্ক, ৩১ মাৰ্চ, ২০২৬ : মেঘালয়ত আয়োজিত হৈ থকা বিশেষ পাক-বৈচিত্ৰ্যৰ যাত্ৰা চিটি ২.০ ৰ মাজতে মেঘালয়ৰ সাংস্কৃতিক পৰিচয় আৰু পৰ্যটনৰ সম্ভাৱনাক লৈ শ্বিলঙৰ (Shillong) ৱাৰ্ডছ লেকত অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰ। উল্লেখ্য যে, কালিনাৰী কাচকেডছ নামৰ এই …

GRP : ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ১.৯৩ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ আৰু ৩৭ জন আটক

নিউজ ডেস্ক, ৩০ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৪ মাৰ্চ তাৰিখে ইয়াৰ অধিক্ষেত্ৰৰ অধীনৰ গুৱাহাটী, নিউ জলপাইগুড়ী, আলুৱাবাৰী, কামাখ্যা, হোজাই, আগৰতলা, সামচি আৰু নিউ বঙাইগাঁও ৰে’ল ষ্টেচন পৰিসৰ আৰু ৰে’লসমূহত চলোৱা একাধিক সফল অভিযানৰ …

NF Railway : উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ সফলতাসমূহৰ সৈতে ১০০ শতাংশ বৈদ্যুতিকৰণৰ দিশত অগ্ৰগতি

নিউজ ডেস্ক, ২৯ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৰে’লপথৰ বৈদ্যুতিকৰণৰ দিশত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰাৰ লগতে এই পদক্ষেপ অঞ্চলটোত বহনক্ষম, শক্তি-দক্ষ আৰু আধুনিক ৰে’ল পৰিচালনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বৈদ্যুতিকৰণ (Electrification) অভিযান …

Assam : অসমৰ বৰ্ধিত শক্তিৰ চাহিদা আৰু ঔদ্যোগিক বিকাশৰ মূল চাবিকাঠি হ’ব এইচ ভি ডি চি : বিশেষজ্ঞৰ মত

গুৱাহাটী, ২৮ মাৰ্চ, ২০২৬ : অসমৰ আন্তঃগাঁথনি আৰু ঔদ্যোগিক ভেটি সম্প্ৰসাৰিত হোৱাৰ লগে লগে অহা দশকটোত দ্ৰুতগতিত বৃদ্ধি পাবলৈ গৈ আছে ৰাজ্যখনৰ বিদ্যুতৰ (Electricity) চাহিদা। উৎপাদন ক্ষমতা বৃদ্ধিৰ সমান্তৰালভাৱে সঞ্চালন ব্যৱস্থাকো শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তাক এই বৃদ্ধিয়ে পুনৰবাৰ প্ৰমাণ কৰিছে। …

Railway Bridge : দেশজুৰি সুৰক্ষিত ৰে’ল সেতু নিৰ্মাণ ত্বৰান্বিত কৰিবলৈ ৰে’ল মন্ত্ৰীৰ নিৰ্দেশ 

নিউজ ডেস্ক, ২৭ মাৰ্চ, ২০২৬ : ৰে’লপথ পাৰ হওঁতে সংঘটিত দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় ৰে’লৱে (Indian Railway) এতিয়া মিছন মোডত কাম আৰম্ভ কৰিছে। যাত্ৰী আৰু সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে দেশজুৰি সুবিধাজনক ৰে’ল সেঁতু আৰু ৰেল আণ্ডাৰপাছ নিৰ্মাণ …

Premium Rail : প্ৰিমিয়াম ৰে’লসমূহত যাত্ৰীসকলৰ আৰাম আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি কৰিবলৈ বেডৰোলৰ গুণগত মান উন্নতকৰণ 

নিউজ ডেস্ক, ২৬ মাৰ্চ, ২০২৬ : যাত্ৰীসকলৰ অনবোৰ্ড সুবিধাসমূহ আধুনিকীকৰণ আৰু আৰাম বৃদ্ধি কৰাৰ লক্ষ্যেৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ দুখন দূৰৱৰ্তী প্ৰিমিয়াম ৰে’ল আগৰতলা-আনন্দ বিহাৰ টাৰ্মিনাল তেজাস এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছত উন্নীত …

Peerless Hospital : পিয়াৰলেছ হাস্পতালৰ সতৰ্কবাণী : ভাৰতত যক্ষ্মাৰোগ বিয়পি থকাৰ প্ৰধান কাৰণ বিলম্বিত ৰোগ নিৰ্ণয় আৰু সামাজিক লজ্জা

গুৱাহাটী, ২৫ মাৰ্চ, ২০২৬ : প্ৰতিৰোধ আৰু নিৰাময়যোগ্য হোৱা সত্ত্বেও ভাৰতত এক অন্যতম জনস্বাস্থ্যৰ প্ৰত্যাহ্বান হিচাপে আজিও বিবেচিত হৈ আহিছে যক্ষ্মা (TB) ৰোগ। বিশেষজ্ঞসকলে ইয়াৰ স্থায়িত্বৰ বাবে মূলত ৰোগ নিৰ্ণয়ত হোৱা বিলম্ব, চিকিৎসকৰ পৰামৰ্শ অবিহনে কৰা চিকিৎসা আৰু সমাজত প্ৰচলিত …

Meghalaya : মেঘালয়ত ‘চীটি’ৰ বিশেষ আয়োজন : ভাৰতৰ অপ্ৰকাশিত খাদ্য-সংস্কৃতিৰ এক বৈপ্লৱিক যাত্ৰাৰ শুভাৰম্ভ

নিউজ ডেস্ক, ২৫ মাৰ্চ, ২০২৬ : উত্তৰ-পূৰ্বাঞ্চলৰ সেউজ বুকুত অতি সোনকালে উন্মোচিত হ’ব এক ব্যতিক্ৰমী আৰু বিস্ময়কৰ অধ্যায়। ভাৰতৰ আটাইতকৈ সাহসী আৰু নৱতম খাদ্য-সংগ্ৰহ ‘চীটি’ (SEETI) সাজু হৈছে মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতীক্ষিত দ্বিতীয়টো খণ্ড উপস্থাপন কৰিবলৈ। এক অনন্য অভিজ্ঞতাৰ লক্ষ্যৰে …