ৰজনীকান্তক মৃত্যুৰ ভাবুকি
অনলাইন ডেস্ক, ১৩ মেঃ ছুপাৰষ্টাৰ ৰজনীকান্তক মৃত্যুৰ ভাবুকি দিছে আণ্ডাৰৱৰ্ল্ড ডন হাজী মস্তানৰ তোলনীয় পুত্ৰ সুন্দৰ শেখৰে৷ ৰজনীকান্তে হাজী মস্তানৰ জীৱন ভিত্তিক ছবি নিৰ্মাণ কৰিব বুলি খবৰ ওলোৱা পিছতে আণ্ডাৰৱৰ্ল্ড ডনৰ পুত্ৰই ছুপাৰষ্টাৰগৰাকীক মৃত্যুৰ ভাবুকি দিয়ে৷ সুন্দৰ শেখৰে এখন পত্ৰত ৰজনীকান্তক …