NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালবাহী লোডিঙত ৩.৫ শতাংশ বৃদ্ধি অৰ্জন
নিউজ ডেস্ক, ১৩ অক্টোবৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২৪ ঘণ্টাই অহৰ্নিশে কাম কৰি গ্ৰাহকসকলক সেৱা আগবঢ়াই আহিছে আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহ তাৎক্ষণিকভাৱে অন্তিম ব্যৱহাৰকাৰীজনলৈ প্ৰেৰণ কৰাটো নিশ্চিত কৰিছে। চলিত বিত্তীয় বৰ্ষত ছেপ্টেম্বৰ মাহলৈকে এই সংমণ্ডলে সফলতাৰে ৫.৫৫৭ মিলিয়ন টন মালবস্তু …