Badminton : বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছত ঘৰুৱা শ্বাটলাৰৰ অগ্ৰগতি
গুৱাহাটী, ১৬ অক্টোবৰ, ২০২৫ : ভাৰতৰ তিনি মহিলা শ্বাটলাৰ তনবি শৰ্মা, উন্নতি হুদা আৰু ৰক্ষিতা শ্ৰীয়ে চলিত বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ …