Meghalaya : মেঘালয়ত ‘চীটি’ৰ বিশেষ আয়োজন : ভাৰতৰ অপ্ৰকাশিত খাদ্য-সংস্কৃতিৰ এক বৈপ্লৱিক যাত্ৰাৰ শুভাৰম্ভ
নিউজ ডেস্ক, ২৫ মাৰ্চ, ২০২৬ : উত্তৰ-পূৰ্বাঞ্চলৰ সেউজ বুকুত অতি সোনকালে উন্মোচিত হ’ব এক ব্যতিক্ৰমী আৰু বিস্ময়কৰ অধ্যায়। ভাৰতৰ আটাইতকৈ সাহসী আৰু নৱতম খাদ্য-সংগ্ৰহ ‘চীটি’ (SEETI) সাজু হৈছে মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতীক্ষিত দ্বিতীয়টো খণ্ড উপস্থাপন কৰিবলৈ। এক অনন্য অভিজ্ঞতাৰ লক্ষ্যৰে …