Subrata Cup : সুব্ৰত কাপ জুনিয়ৰ আন্তৰ্জাতিক স্কুল ফুটবল : তেলেংগনাৰ বিৰুদ্ধে ১৯-০ গ’লৰ ব্যৱধানত জয়ী অসম
গুৱাহাটী, ২০ ছেপ্টেম্বৰ, ২০২৫ : চলিত ৬৪ সংখ্যক ১৭ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ জুনিয়ৰ আন্তৰ্জাতিক স্কুল ফুটবল (Football) প্ৰতিযোগিতা সুব্ৰত কাপৰ শুকুৰবাৰে অনুষ্ঠিত এখন খেলত অসমক প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নুমলীগড় হাইস্কুলে ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে তেলেংগনাক৷ ভাৰতীয় বায়ু সেনাই আয়োজন …