NF Railway : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ দ্বাৰা সেৱক-ৰংপো নতুন ৰে’ল প্ৰকল্পৰ সুৰংগ নং.৮ ত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন
নিউজ ডেস্ক, ১৬ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ মাৰ্চ ২০২৬ তাৰিখে সুৰংগ নং. ৮ ৰ সফল খনন সম্পন্ন কৰি সেৱক-ৰংপো (Sewak-Rongpo) ৰে’লৱে প্ৰকল্পৰ বাবে এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। এই সফলতা উত্তৰ পূৱ সীমান্ত ৰে’লৱে আৰু ইৰকন ইণ্টাৰনেচনেল …