ISBT : আই এছ বি টি গুৱাহাটীত বিনামূলীয়াকৈ বহুবিশিষ্ট স্বাস্থ্য শিবিৰৰ আয়োজন পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ স্বাস্থ্য শিবিৰ
গুৱাহাটী, ১২ আগষ্ট, ২০২৫ : মহানগৰীত নতুনকৈ মুকলি হোৱা ছুপাৰ স্পেচিয়েলিটি হাস্পতাল পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে আজি গুৱাহাটীৰ আই এছ বি টিত বিনামূলীয়া বহুবিশিষ্ট স্বাস্থ্য শিবিৰৰ (Health Camp) সফলতাৰে আয়োজন কৰে। সমাজক সুলভ স্বাস্থ্যসেৱা সেৱা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপটো …