NF Railway : নগদ লেনদেনত সুৰক্ষা আৰু স্বচ্ছতা বৃদ্ধিৰ দিশত ষ্টেট বেংক অফ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নিউজ ডেস্ক, ২২ জানুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই আৰ্থিক দক্ষতা, সুৰক্ষা আৰু স্বচ্ছতা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি এই ৰে’লৱেৰ নেটৱৰ্কৰ অন্তৰ্গত ৪০০ টা ষ্টেচনত নগদ ধন সংগ্ৰহৰ সুবিধা প্ৰদানৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ (SBI) …