Industrial : ঔদ্যোগিক উদ্ভাৱনক আগুৱাই নিবলৈ গুৱাহাটীত ল’ৰিটজ নুডচেনৰ প্ৰযুক্তি দিৱসৰ আয়োজন
গুৱাহাটী, ৫ আগষ্ট, ২০২৫ : ডিপ ইণ্ডিয়া (Deep India) অভিযানৰ অধীনত চলি থকা ৩০ খন চহৰৰ টেকন’লজি ট্যুৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰি ভাৰতীয় বৈদ্যুতিক আৰু স্বয়ংক্ৰিয়কৰণ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান ল’ৰিটজ নুডচেন ইলেক্ট্ৰিকেল এণ্ড অটোমেচনে অসমৰ গুৱাহাটীত নিজৰ ফ্লেগশ্বিপ …