Bir Lachit Sena : প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ
গুৱাহাটী, ২৪ ছেপ্টেম্বৰ, ২০২৫ : উলুবাৰীস্থিত প্ৰাগ নিউজৰ কাৰ্যালয়ৰ (Prag News Office) সন্মুখত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ। বীৰ লাচিত সেনাৰ শতাধিক কৰ্মীয়ে পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জয় জুবিন দা, সংবাদমেল বন্ধ কৰক, সঞ্জীৱ নাৰায়ণক হায় হায়, সঞ্জীৱ …