Dibrugarh : ডিব্ৰুগড়ৰ খনিয়া গাঁৱত বিশিষ্ট লেখিকা কৃষ্ণাংগী বৰুৱাৰ দুখনকৈ নতুন গ্ৰন্থ উন্মোচন
ডিব্ৰুগড়, ৩০ জুলাই, ২০২৫ : ডিব্ৰুগড় জিলাৰ খনিয়া গাঁৱত আয়োজিত এক গ্ৰন্থ উন্মোচনী (Book Release) অনুষ্ঠানত উন্মোচন কৰা হ’ল বিশিষ্ট লেখিকা কৃষ্ণাংগী বৰুৱাৰ দুখন নতুন গ্ৰন্থ- ‘দ্য আনকেনী মেপছ অৱ লোহিত্য বৰগোঁহাই’ আৰু ‘টাই-ফাকে ইংলিছ বটানিকেল ডিকচনাৰী’। গ্ৰন্থ উন্মোচনৰ এই …