NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাত আঞ্চলিক গৌৰৱ আৰু আধুনিক প্ৰতিভাৰ বিকাশ
গুৱাহাটী, ২১ জুলাই, ২০২৫ : মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱে সাংস্কৃতিক সন্থাই (Railway Cultural Association) দীৰ্ঘদিন ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে বিশেষভাৱে যুৱ প্ৰজন্মৰ মাজত আধুনিক কলা সাহিত্যৰ বিকাশত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। এই পৰম্পৰা অক্ষুণ্ণ ৰাখি, এই …