Vande Bharat : বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ প্ৰধানমন্ত্ৰীৰ দ্বাৰা কামাখ্যা আৰু হাওড়াৰ মাজত শুভাৰম্ভ
গুৱাহাটী, ১৭ জানুৱাৰী, ২০২৬ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) ১৭ আৰু ১৮ জানুৱাৰী তাৰিখে পশ্চিম বংগ আৰু অসম ভ্ৰমণ কৰিব। ১৭ জানুৱাৰী তাৰিখে দুপৰীয়া প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মালদাত উপস্থিত হৈ মালদা টাউন ৰে’লৱে ষ্টেচনত হাওড়া আৰু কামাখ্যাৰ মাজৰ …