NF Railway : সীমান্ত ৰে’লৱেৰ মালবাহী লোডিঙত ক্ৰমাগত বৃদ্ধি
নিউজ ডেস্ক, ১৩ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ গ্ৰাহকসকলক দিনে-নিশাই সেৱা আগবঢ়োৱাৰ লগতে অন্তিম ব্যৱহাৰকাৰীলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ (Goods) সময়মতে যোগান নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। চলিত বৰ্ষৰ জুন মাহৰ সময়ছোৱাত, এই সংমণ্ডলে সফলতাৰে ০.৯৬৮ মিলিয়ন টন …