Guwahati : গুৱাহাটীক খাদ্য আৰু আতিথ্য উদ্যোগৰ আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে নৰ্থ-ইষ্ট ফুডটেক ২০২৬ ৰ বিশেষ প্ৰস্তুতি
গুৱাহাটী, ২৭ জানুৱাৰী ২০২৬ : পূৰ্বৰ সফল সংস্কৰণসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ (North-Eastern) খাদ্য, বেকাৰী আৰু আতিথ্য খণ্ডৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে আয়োজন কৰা হৈছে পঞ্চম সংখ্যক নৰ্থ-ইষ্ট ফুডটেক ২০২৬। অহা ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত …