Lumding-Badarpur : লামডিং-বদৰপুৰ ৰে’ল সংযোগ শীঘ্ৰে পুনৰুদ্ধাৰৰ দিশত নিৰন্তৰ প্ৰয়াস
নিউজ ডেস্ক, ২৫ জুন, ২০২৫ : অলপতে লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডত হোৱা ভূমিস্খলনৰ (Landslide) পৰিপ্ৰেক্ষিতত ৰে’ল সেৱা ব্যাহত হোৱাৰ বাবে, ৰে’লৱে আৰু ৰাজ্য প্ৰশাসনে ৰে’ল সেৱাৰ তাৎক্ষণিক পুনৰদ্ধাৰৰ বাবে অবিৰত প্ৰয়াস বাহাল ৰাখিছে। পৰিস্থিতিৰ পৰ্যালোচনা আৰু ইয়াৰ তাৎক্ষণিক সমাধান উলিওৱাৰ বাবে …