Assamese Movie : দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসিত অসমীয়া ছবি ‘ৰ’দৰ পাখি’ৰ টাইটেল ট্ৰেক মুকলি
গুৱাহাটী, ১৮ ডিচেম্বৰ, ২০২৫ : ৫৫তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ইণ্ডিয়ান পেনোৰামা ২০২৪ (IFFI)কে ধৰি বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ৰ’দৰ পাখি’ (মৰ্নিং ছানশ্বাইন)ৰ নিৰ্মাতাসকলে ১৮ ডিচেম্বৰত ইয়াৰ টাইটেল ট্ৰেক “ৰ’দৰ পাখি” মুকলি …