অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিত তুংগত উঠইছে নিৰ্বাচনী প্ৰচাৰ অভিযান

গৰ্গ জ্যোতি দাস অভয়াপুৰী ৩০ মার্চ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। ২,০৫,৭৪৮ গৰাকীয়ে ভোটাৰে নিৰ্ণয় কৰিব চাৰি গৰাকী প্ৰাৰ্থীৰ ভাগ্য। সমষ্টিটোত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। সমষ্টিবাসী ৰাইজ কাৰ পক্ষত …

বলুকা শিল্পৰে ভোটাৰক সজাগ কৰাৰ পদক্ষেপ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

গুৱাহাটী ২৯ মার্চ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণকলৈ তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু হৈ থকা নিৰ্বাচন আয়োগ অধিক সংখ্যক …

বকোত নন্দিতা দাসে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান

ফজলুৰ ৰহমান সোনতলী ২৯ মার্চ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ তুংগত উঠিছে৷ প্ৰতিটো ৰাজনৈতিক দলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ৪৮ নং বকো বিধানসভা সমষ্টি৷ …

নিৰ্বাচনী যুঁজৰ মাজতে মুখ্যমন্ত্ৰীৰ ফাকুৱা উদযাপন

হাস্না‌ বেগম গুৱাহাটী ২৯ মার্চ ফাঁচি বজাৰত ফ্রেণ্ডছ ক্লাবৰ উদ্যোগত উদযাপন ফাকুৱা মহোৎসৱ। নিৰ্বাচনী যুঁজৰ মাজতে ফ্রেণ্ডছ ক্লাবৰ ফাকুৱা মহোৎসৱত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাঁচি বজাৰৰ পৰাই মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজক ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলে। মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী …

ফকিৰগঞ্জ আৰক্ষীৰ জালত হত্যাকাৰী

মানকাচৰ ২৯ মাৰ্চ ফকিৰগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্য। ফকিৰগঞ্জ আৰক্ষীৰ অভিযানত জালত পৰিল এজন হত্যাকাৰী। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল হত্যাকাৰীজন। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জত আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। ফকিৰগঞ্জ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এজন …

৩০ মার্চত অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্রচাৰ

গুৱাহাটী ২৯ মার্চ যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ দিন চমু চাপি আহিছে। অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী …

অগপক ভোট দিয়া মানে বিজেপিক ভোট দিয়া : আমিনুল ইছলাম

মানকাচৰ ২৮ মাৰ্চ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ শনিবাৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় মানকাচৰ সমষ্টি। …

নিৰ্বাচনী গৰম বতাহ ৰঙীন হ’ল ফাকুৱাৰ ৰঙেৰে

হাস্না বেগম গুৱাহাটী ২৮ মার্চ শনিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছতে উত্তপ্ত হৈ থকা নিৰ্বাচনী গতম বতাহ দেওবাৰ ৰঙীন হৈ পৰে। ফাকুৱাৰ ৰঙে ৰঙীন কৰি তোলে নিৰ্বাচনী গৰম বতাহ। চৌদিশে ৰঙা, নীলা, হালধীয়া, গোলপীয়া ৰঙ উৰি ফুৰা …

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত যোৰহাট জিলাত ব্যাপক সঁহাৰি দেখা পোৱা গ’ল ভোটাৰ ৰাইজৰ মাজত

যোৰহাট ২৭ মার্চ শনিবাৰে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অমুষ্ঠিত হয়। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পুৱাৰ ভাগৰে পৰা ভোট গ্ৰহণ আৰম্ভ হোৱাৰ পিছৰে পৰা ভোট কেন্দ্ৰ সমূহত দেখা পোৱা গ’ল ৰাইজৰ দীঘলীয়া শাৰী। সম্পূৰ্ণ কভিড প্ৰ’টকল মানি  মুখত …

বকোৰ কেন্দুগুৰিত ভয়াংকৰ পথ দুর্ঘটনা

ফজলুৰ ৰহমান সোণতলী ২৬ মাৰ্চ বকোৰ কেন্দুগুৰিত ভয়াংকৰ পথ দুর্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা৷ বকো আৰক্ষী থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুগুৰিত সংঘটিত হয় এই পথ দুর্ঘটনা।  বৃহস্পতিবাৰে …